বহাগ বিহুক আদৰৰ বাবে অনলাইন বিহু নৃত্য আৰু বিহু যোজনা প্ৰতিযোগীতা Assamink ৰ ফালৰ পৰা আয়োজন কৰা হৈছে। এই প্ৰতিযোগীতা ১৩ এপ্ৰিল ৰ পৰা ২০ এপ্ৰিললৈ চলিব। ইচ্ছুক প্ৰতিযোগী সকলে এই প্ৰতিযোগীতাত ভাগ লবলৈ তলৰ নিয়মসমূহ পালন কৰিব লাগিব।
নিয়ম :-
একেজন প্ৰতিযোগী এ দুয়োটা ধৰণৰ video প্ৰেৰণ কৰিব পাৰিব ।