এআই-১৭১ দুৰ্ঘটনা: প্ৰাথমিক অনুসন্ধানত হানিওৱেলৰ ইন্ধন নিয়ন্ত্ৰণ ছুইচৰ ওপৰত উদ্বেগ প্ৰকাশ



logo : | Updated On: 12-Jul-2025 @ 3:23 pm
SHARE 

AI-171 উৰণীখনে আহমেদাবাদৰ কাষত হোৱা দুৰ্ঘটনাৰ প্রাথমিক তদন্তত প্ৰকাশ পায় যে উৰণীখনৰ দুয়োটা ইঞ্জিনৰ ফিউয়েল কন্ট্ৰ’ল ছুইচ "RUN" ৰ পৰা "CUTOFF" পজিশনলৈ সৰাৰ পিছতেই দুৰ্ঘটনাটো ঘটে। এই ছুইচবোৰ আমেৰিকাৰ কোম্পানী Honeywell-এ নিৰ্মাণ কৰিছিল আৰু ২০১৮ চনত US FAA-এ ইয়াৰ লকিং মেকানিজমত সম্ভাৱ্য ত্ৰুটিৰ বাবে চিহ্নিত কৰিছিল যদিও সেই সময়ত নিৰীক্ষণ বাধ্যতামূলক কৰা হোৱা নাছিল। প্ৰতিবেদনটোৱে ব’লিছে যে বৰ্তমান B787-8 বা GE ইঞ্জিনৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপৰ প্ৰয়োজন নাই। তদন্তত বোহিং, GE আৰু FAA-ৰ বিষয়া সকলে সহায় কৰিছে। বোহিংয়ে সম্পূৰ্ণ সহায়ৰ আশ্বাস দিছিল যদিও Honeywell আৰু GE এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই। এই ঘটনাই Boeing 787 Dreamliner উৰণীখনৰ নিৰাপত্তা সম্পৰ্কে উদ্বেগৰ সৃষ্টি কৰিছে।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top © AssamInk, 2021 | Powered by Prism Infosys